J14 Guwahati | জে ১৪ গুৱাহাটী |   

J ফৰটিন ফাষ্ট ফুড গুৱাহটী। Guwahati most Popular fast food,

J14 images, j14 fast food, j 14 Guwahati,
J 14 Guwahati

J 14 Guwahati : গুৱাহাটীৰ আগশাৰীৰ খাদ্য বিপনী জে ফৰ্টিনে সম্পুৰ্ণ কৰিলে ২৫ টা বছৰ। ২০২১ বৰ্ষটোৰ গুৱাহাটীৰ শ্ৰেষ্ঠ Food joint হিচাপে ' জি প্লাছ গুৱাহাটী ' ৰ তৰফৰ পৰাও  J 14 এ লাভ কৰিছে " খাদ্য বঁটা ২০২১ "। 

Guwahati food awards 2021, J 14 foood award G plus,
Guwahati food awards 2021


জে ফৰ্টিনৰ (J 14 ) তন্দুৰি চিকেন (Tandoori chicken) আৰু বাবা ৰোল (BABA ROLL) বহুতৰে প্ৰিয়। 

Tandoori chicken, j 14 tandoori chicken
Tandoori chicken

J 14 roll, baba roll image,
Roll image

J 14 ৰ খাদ্যৰ তালিকা :  J 14 MENU / J14 Menu And Price List,

J14 Guwahati | জে ১৪ গুৱাহাটী |     J ফৰটিন ফাষ্ট ফুড গুৱাহটী। Guwahati most Popular fast food,
J14 Menu

J 14 ৰ ইতিমধ্যে ২৩ খনৰ ও অধিক বিপনী মুকলি কৰা হৈছে গুৱাহাটীৰ লগতে আৰু  অন্য জিলাত ।


J14 Last Gate Dispur, J14 Sixmile, J14 B Baruah, J14 G S Road ABC, J14 Bhangagarh, J14 Commerce, J14 Ganeshguri, J14 Nursery, J14 Rajgarh, J14 Beltola, J14 Noonmati, 1 J14 Geetanagar, J14 Lalganesh, J14 Joyanagar, J14 Hatigaon, ETC...